Sayantan Saikia
কৰিছিল। ১৯৯৯ চনত। এলবামখনৰ নাম আছিল 'সপোন'। সুধাকণ্ঠই কৰিছিল এটি আবৃত্তি, গাইছিল তিনিটি গীত। গীতৰ কথা অমৰজ্যোতি চৌধুৰী আৰু জুবিন গাৰ্গৰ। মৃদুল ভূঞাই সুৰ কৰা এটি গীতৰ শিল্পী আছিল মধুমতি গোস্বামী।
জুবিন গাৰ্গে গোৱা এই এলবামৰ বিখ্যাত বিখ্যাত গীতকেইটা আপোনালোকে শুনিছেই। 'সময়ো যেন থমকি ৰয়', 'যাযাবৰ হৈ ফুৰিছো' আৰু আৰু আৰু 'নীলিম আকাশ তিৰবিৰ অলেখ তৰা জ্বলিছে...'


0 Comments